পতিদৈয়াত বাংগালোৰ আসাম এছোচিয়েচনৰ সাহায্য বিতৰণ

 পতিদৈয়াত বাংগালোৰ আসাম এছোচিয়েচনৰ সাহায্য বিতৰণ


 মৰিগাঁও  পাটিদৈয়াত বাংগালোৰ আসাম এছোচিয়েচনৰ উদ্যোগত বুধবাৰে মৰিগাঁও পাটিদৈয়াত বাংগালো আসাম এছোচিয়েচনৰ অধিনত মৰিগাঁও জিলা বৰছলা উদিয়মা জনপ্ৰিয় যুৱক শশীদানন্দ বৰদলৈ নেতৃত্বত পাটিদৈয়া অঞ্চলৰ এশ পৰিয়ালৰ  মাজত বান সাহায্য বিতৰণ কৰা দেখাঁ যায়। উপষ্ঠিত লোক সকলৰ মাজত  চাউল, ডালি,আলু,পিয়াজৰ লগতে ব্লিচিং পাউদাৰ ,ফেনাইল,চাবোন,ব আদিসহ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ  টোপোলা বিতৰণ কৰে। সাহায্য বিতৰণ কৰি শশীদানন্দ বৰদলৈয়ে ফেনাইল,ব্লিচিং পাউদাৰ আদি কেনেধৰনে ব্যবহাৰ কৰিব সেই সম্পকে উপষ্ঠিত ৰাইজক বুজাই দিয়ে।

বাংগালোৰ আসাম এছোচিয়েচনৰ জৰিয়তে  পাটিদৈয়া ৰাইজক এই সাহায্য সামগ্ৰী বিতৰণ কৰা বাবে ভূৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সভাপতি বিজু পাটৰে  বাংগালো আসাম এছোচিয়েচনৰ সমুহ সদস্য লগতে শশীদানন্দ বৰদলৈক ও পাটিদৈয়া গাৱঁত সাহায্য প্ৰদানৰ ব্যবস্হা কৰি দিয়া বাবে মৰিগাঁও জিলা সাংবাদিক পৰিষদৰ সভাপতি পুলিন কাকতিক ধন্যবাদ জ্ঞাপন লৰা লগতে উপদেষ্টা তুলেন মেধিৰো সলাগ লয়।

Post a Comment

Previous Post Next Post