মৰিগাঁৱৰ বুঢ়া তেলাহিত উত্তপ্ত পৰিস্থিতি
কোভিড 19 ত মৃত্যু হোৱা ৰূগীক কবৰত জানাজা দিয়াক লৈ উত্তপ্ত
প্ৰশাসনে ইছলাম ধৰ্মৰ ৰীতিনীতিৰে জানাজা নিদিয়াকলৈ উত্তপ্ত
মৰিগাঁও কোভিড 19ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰুগীক প্ৰশাসনে জানাজা দিয়াক লৈ বুঢ়া তেলাহিত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ নিশা মৰিগাঁও অসামৰিক চিকিৎসা লয়ত এটি সন্তান জন্ম দিয়াৰ পিছতে ৰক্তক্ষয় হৈ মৃত্যুক সাবতি লৈছিল মৰিগাঁৱৰ বুঢ়া তেলাহিৰ হাচিনা বেগম নামৰ এগৰাকী মহিলা ৷ মহিলা গৰাকীয়ে নিশা সন্তান জন্ম দিয়াৰ পিছতে কোভিড 19ত আক্ৰান্ত হোৱা বুজি চিনাক্ত হোৱাৰ পিছত মহিলা গৰাকীক মৰিগাঁও প্ৰশাসনে তেলাহিৰ কবৰস্থানত জানাজা দিবলৈ আনিছিল যদিও গাঁৱৰ ৰাইজে জানাজা দিয়াত বাধা প্ৰদান কৰে ৷ প্ৰশাসনে ইচলাম ধৰ্ম ৰীতিনীতিৰে জানাজা নিদিয়াক লৈ এই পৰিস্থিতি সৃষ্টি হয় ৷

Tags
অসমীয়া বাতৰি