কলিয়াবৰত বিলত পৰি সন্ধানহীন এজন যুৱক
যোৱা কালি কলিয়াবৰৰ লখনাবন্ধা গাওত আবেলি ৫ বজাত অধিক গৰম হোৱাৰ বাবে ওচৰতে থকা এখন বিলত বিপুল বিশ্ৱাস নামৰ যুবক জন গা ধুব যোৱাত বিলত পৰি সন্ধানহীন হয় কিন্ত্ত এতিয়াও সন্ধান উলোৱা নাই যুৱক জনৰ । এছ দি আৰ এফে অভিযান চলাই আছে ।