ক্ষএীত ৰহস্য জনক ভাবে বোৱাৰি মৃত্যু
ক্ষেত্ৰীত ৰহস্য জনক ভাবে বোৱাৰি মৃত্যুক লৈ মৃত বোৱাৰী গৰাকী পিতৃ গৃহ মৰিগাঁও বহা অঞ্চলত এক শোকৰ চাঁ পৰে।বোৱাৰী গৰাকীক এক পৰিকল্পিত ভাবে হত্যা কৰে বুলি পিতৃ পৰিয়ালে অভিযোগ কৰে।ঘটনা বিবৰণি মতে আজিৰ পৰা তিনি বছৰ আগতে বহা অঞ্চলৰ ক্ষেত্ৰমহল বিশ্বাসৰ তিনি নম্বৰ কন্যা ৰঞ্জিতা বিশ্বাস ক্ষেত্ৰীৰ থানাৰ অন্তগৰ্ত ৩ নং ঔজাৰি বৰাপাহাৰৰ যদু দাসৰ লগত সামাজিক ভাবে বিবাহ পাখত আবদ্ধ হয়।পৰবৰ্ত্তী সময়ত স্বামী যদু দাসৰ লগতে ককাইক ৰঞ্জিত দাসে যৌতুকৰ বাবে ৰঞ্জীতাক হেচা প্ৰয়োগ কৰি থকা লগতে বিভিন্ন সময়ত মৃত্যু ভাবুকি প্ৰদান কৰি থাকে।যাৰ ফলত ৭ আগষ্ট তাৰিখে আবেলি স্বামী যদু দাসে পত্নী ৰঞ্জীতা বিশ্বাসৰ গাট কেৰাচিন ঢালি জুই জ্বলাই দিয়ে ।ফলত ৭ আগষ্ট নিশা গুৱাহাটি মেডিকেল কলেজত মৃত্যু হয়।

Tags
অসমীয়া বাতৰি