শুৱালকুছিত ৰাষ্ট্ৰীয় হেণ্ডলোম দিৱস
আজি ৭ আগষ্ট ৰাষ্ট্ৰীয় হেণ্ডলোম দিৱস । এনে সময়ত কেনেদৰে আছে মানষ্ট্ৰাৰ খ্যাত শুৱালকুছি । ভাৰতৰ একমাত্ৰ গাঁও যি কেৱল হেণ্ডলোমৰ জৰিয়তে বিশ্বৰ বুকুত এক সুকিয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।যাৰ বাবে বস্ত্ৰ নগৰী, সোনালী সূতাৰ দেশ, ৰেছম গাঁও, আদি নামেৰে বিভূষিত হৈছে । বুৰঞ্জী প্ৰসিদ্ধ ইতিহাস জড়িত থকা এই শিল্পটো এতিয়ালৈকে পৰিদৰ্শন কৰিছে বিশ্বৰ বহু দেশৰ পৰ্যটকৰ লগতে জাতীৰ পিতা মহামানৱ মহত্মা গান্ধীৰ পৰা আৰাম্ভ কৰি প্ৰায়ত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম লগতে ভাৰতীয় ৰাজনীতিৰ বহু ৰথী মহাৰথীয়ে । একমাত্ৰ শিল্পটো নিচেই কাষৰ পৰা এবাৰ চাৱলৈকে বিশ্বৰ সকলো দেশৰে পৰ্যাটকক হাত-বাইলি মাতে । আৰু পৰ্যটকে শিল্পটো দেশী মোহিত হৈ পৰে । যি শিল্পটোৰ কাৰিকৰি দিশ নিজ চকুৰে প্ৰতেক্ষ্য কৰি অভিভূত হৈ পৰিছিল জাতীৰ পিতা মহত্মা গান্ধীয়ো । মহত্মা গান্ধীয়ে নিজে কবলৈ বাধ্য হৈছিল শুৱালকুছিৰ শিপিনি কাপোৰত সপোন ৰচে ।
কিন্তু এই ইতিহাস প্ৰসিদ্ধ বস্ত্ৰ শিল্পটোৰ বৰ্তমান অৱস্থা কেনে আছে । কেনেকৈ জীয়াই আছে শিল্পটো । ৰজাঘৰীয়াৰ অনিহাকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত শিল্পটোৰ বৰ্তমান ৰ সংকটজনক অৱস্থাৰ বাবে নৱ প্ৰজন্মৰ মাজত শিল্পটোৰ প্ৰতি দেখা গৈছে অনিহা ।
মাজে সময়ে শিল্পটোক উদ্ধাৰৰ বাবে আছুকে ধৰি শিল্পটোৰ লগত জড়িত স্থানীয় দুই এটা সংগঠনে বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে যদিও চৰকাৰ কোনো সু-পৰিকল্পনাৰ অভাৱত শিল্পটোৰ যিদৰে গুৰুত্ব পাৱ লাগিছিল সেয়াও অভাৱ দেখা গৈছে । চৰকাৰেও মাজে সময়ে আচনি ৰূপায়ন কৰে যদিও
ৰজাঘৰীয়াৰ প্ৰস্তুত কৰা ভূল আচনি ৰূপয়ানৰ বাবে প্ৰকৃত শিপিনি সকল বঞ্চিত হৈ আচিনিৰ পৰা ।
যুগ যুগ ধৰি শুৱালকুছিৰ পৰম্পৰা জীয়াই ৰখা অসম গৌৰৱ এই
শিল্পটোৰ বৰ্তমানৰ অৱস্থা দেখিলে এটা স্পষ্ট ধাৰনা কৰিৱ পাৰি শুৱালকুছিৰ তাতশিল্প অতি কম দিনৰ ভিতৰতে ধ্বংশৰ দিশে গতি কৰাতো নিশ্চিত ।

Tags
Hindi News