হাজো বাসীৰ কাৰণে ভাল খবৰ,নিৰ্মাণ হল ভগ্ন মথাউৰী
হাজো বাসীৰ কৰেন এটা ভাল খবৰ।।বিগত কিছুদিন ধৰি হাজোত বানপানী য়ে এক ভয়ানক পৰিবেশ সৃষ্টি কৰিছিল।পুঠিমাৰী নৈ বাঢ়নী পানীয়ে চাৰি ঠাইত মথাউৰী চিঙি এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছিল সমগ্ৰ হাজোত।।নিমিষতে বহু লোকৰ ঘৰ দুৱাৰ পশুধন উটুৱাই নিয়াৰ সমন্তৰল কৈ ডুবাই পেলাইছিল বিস্তৃত কৃষি ভূমি।পিছে এই সমস্যাৰ পৰা পৰিত্ৰন পালে হাজো বাসীয়ে।মাত্ৰ দহ দিনৰ ভিতৰতে মথাউৰী নিৰ্মাণ কৰি উলিয়ালে হাজোৰ জলসম্পদ বিভাগে।।।বিভাগৰ অভিযন্তা নিকুঞ্জ শৰ্মাৰ দিনে নিশা কষ্টৰ বাবদত এনেদৰে মথাউৰী নিৰ্মাণ ৰ ফলত সাম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিল হাজো বাসীয়ে।।।বিভাগৰ এনে সক্ৰিয়তক শলাগ লৈছে হাজোৰ সকলো স্তৰৰ লোকে।

Tags
Hindi News