মৰিগাঁৱত ভূৰবন্ধা শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰয়াত ধীৰেন্দ্ৰ নাথ ডেকা সোঁৱৰণত স্মৃতিচাৰন ও স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান
শুক্ৰবাৰে মৰিগাঁও ভূৰবন্ধাত ভূৰবন্ধা শাখা সাহিত্য সভা উদ্যোগত ধিৰেন্দ্ৰনাথ ডেকা দেৱৰ সোঁৱৰণত স্মৃতিচাৰন সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুস্থিত হয়।সভাত সভাপতিত্ব কৰে ভূৰবন্ধা শাখা সাহিত্য সভা সভানেত্ৰী কুচুম কোঁৱৰে ।অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভা প্ৰক্তন সভাপতি তথা গেৰুৱা মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক বুবুমনি গোশ্বামীয়ে প্ৰয়াত ধীৰেন্দ্ৰ নাথ ডেকা দেৱৰ পবিত্ৰ স্মৃতিত "শ্ৰদ্ধাৰ্ঘ্য"নামে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। উন্মোচনী সভাত উপস্থিত থাকে মৰিগাঁও জিলা বৰ্ত্তমানৰ সভাপতি তথা জিলা সাংবাদি সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা,উপসভাপতি চিমন ডেউৰী,সম্পাদক পিনাকি ভূষণ মহন্ত,প্ৰক্তন জিলা সাংবাদিক সংন্থা সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,জিলা মেডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা,যুগল চৌধুৰী সহ প্ৰায় অৰ্ধশতাধীক লোক।সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰি মৰিগাঁও জিলা বিশিষ্ট ব্যক্তি গৰাকীয়ে প্ৰয়াত ডেকা জীৱনৰ জীৱন গাঠা সম্পকে এক আলোকপাত কৰাই।আফালে সভাত বিশিষ্ট অতিৰ্থি হিছাপে উপস্থিত থাকি জিলা সাহিত্য সভা সভাপতি প্ৰতাপ হাজৰিকাই প্ৰয়াত ডেকা দেৱৰ কৰ্মময় জীৱনৰ যি দায়িত্ব আৰু কতব্য সেই সম্পকে ৰাইজৰ আগত বহল ভাবে প্ৰকাশ কৰে।

Tags
অসমীয়া বাতৰি