আগৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে 75000 দিছিল টকা, এতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে 200000
আগৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰে 75000 দিছিল টকা, এতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে 200000 টকীয়া ঘৰ দিছে এই কি পৰিবৰ্তন নহয় কওক। আগৰ চৰকাৰে তিনিটকীয়া চাউল দিছিল আমাৰ চৰকাৰে বিনামূলীয়াকৈ চাউল দিছো। এইয়া কি পৰিবৰ্তন নহয় । শুক্ৰবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকা ।
হয় । মৰিগাঁৱত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ দ্বাৰা উদ্ধোধন -সকলোৰে সপোন
ঘৰ হ'ব আপোন-শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আঁচনিৰ । মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভা উদ্যোগত বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্ধোধনী সভাৰ প্ৰাকক্ষণত এৰাগাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে মন্ত্ৰী গৰাকীয়ে । মৰিগাঁও চহৰৰ সহস্ৰাধিক আবাসগৃহৰ কাম চলি থকা বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে অনাগত দিনত ১৩০০ ঘৰৰ নিৰ্মাণ কৰিব বুলি মন্তব্য । এই শুভ উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ পাছতে জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই জিলাখনৰ চহৰাঞ্চলৰ বাবে আবণ্টিত হোৱা তালিক ঘোষণা কৰে । এই মুকলি সভাতে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ হাতেৰে হিতাধিকাৰীক চ্যেক অৰ্পণ । আনহাতে এই অনুষ্ঠানৰ পাছতে মন্ত্ৰী বিধায়ক দ্বয়ে পৰিদৰ্শন কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়। এই অনুষ্ঠানতে মন্ত্ৰী পীয়ূষ হাজৰিকাই কভিড আক্ৰান্তৰ লোকৰ সৎকাৰৰ বেলিকা সৃষ্টি হোৱা বিৰ্তকৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই

Tags
অসমীয়া বাতৰি