গৰুখুটী আব্দুল ৰহমানৰ মিছা অপবাদেৰে সন্মান হানি একাংশসংবাদ মেল যোগে ৰাইজক অবগত আব্দুলৰ

গৰুখুটী আব্দুল ৰহমানৰ মিছা অপবাদেৰে সন্মান হানি একাংশসংবাদ মেল যোগে  ৰাইজক অবগত আব্দুলৰ

বৰছলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰুখুটি গাঁৱৰ কেইজন মান লোকে আজিপ পৰা কেইদিন মানৰ আগতে বিভিন্ন মনে সজা কিছু মিছা কথাৰে তেওঁক সন্মান হানি কৰা প্ৰচেষ্টা কৰিছিল।জানিবঁ পৰা যায় যে আজি পৰা প্ৰায় ৮ বছৰ আগতে তেওঁ ওছৰতে মাটি তিনি কঠা কিনিছিল তাৰ তথ্য তেওঁ লগত থকা স্বত্বেও গাৱৰ কেইজন মানে যোৰ কৰি দখল কৰা বুলি মন্তব্য কৰা অভিযোগ আনিছিল ।পৰবৰ্ত্তী সময়ত সাংবাদিকে আব্দুল ৰহমানৰ পৰা জানিবঁ বিছৰাত  তেওঁ সেই মাটি কিনি লয় বুলি জানিবঁলৈ দিয়া লগতে তাৰ নথি পত্ৰও ৰাইজৰ আগত দাখিল কৰে।

Post a Comment

Previous Post Next Post