ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষে কলিয়াবৰত দূৰ্গা মন্দিৰত পূজা-অৰ্চনা ।

ৰাম মন্দিৰৰ ভূমি পুজন উপলক্ষে কলিয়াবৰত দূৰ্গা মন্দিৰত পূজা-অৰ্চনা

বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি অযোধ্যত অনুস্থিত হৈছে ৰাম মন্দিৰৰ ভূমি পুজন অনুস্থান । সেই উপলক্ষে আজি দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৎসৱমুখৰ পৰিবেশ ।
 
আজি কলিয়াবৰটো দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিবেশ । কলিয়াবৰৰ ধনেখোৱাত বিজেপি আৰু আৰ এচ এচ ৰ লোক সকলে আজি পূজা-অৰ্চনা কৰি ৰাম মন্দিৰৰ ভাগ সফল ভাৱে ৰ্নিমাণৰ কৰিবলৈ কামনা কৰিছে ।

Post a Comment

Previous Post Next Post