কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী আৰু বাগৰি আৰক্ষীৰ বিশেষ সফলতা
কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে নিয়মীয়া ভাৱে নাকা তালাচি চলাই থকা অৱস্থাত জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত বাগৰি আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ সহযোগত AS 02 CC 4628 নম্বৰৰ এখন বলেৰ পিক আপ ভানৰ পৰা ১২০ টিং লালি গুৰসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা দুই যুৱক ক্ৰমে নাজমুল হুচেইন আৰু ফকৰুদ্দিন বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ হোজাই জিলাৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত।

Tags
অসমীয়া বাতৰি