মৰিগাঁও সাহিত্য সভা কাৰ্য্যালয়ত প্ৰতিমূৰ্ত্তি নিৰ্মাণত বিসংগতি
V/O অসমীয়া জাতিক মূৰ দাঙি থিয় হ’বলৈ সাহস যোগোৱা অসমীয়া ভাষা-সাহিত্যৰ মহান কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি চৰম অপমান কৰা হ’ল খোদ অসমীয়া জাতিৰ জীৱন ৰেখা অসম সাহিত্য সভাৰ এখন বিশেষ মজিয়াত
মৰিগাঁও জিলা সাহিত্য সভা মুল কাৰ্য্যালয়ত লক্ষ্মীনাথ বেজবৰুৱা প্ৰতিমুৰ্তি নিৰ্মানৰ মৰিগাঁও জিলা পৰিষদে ২ লাখ ৫০ হাজাৰ সঠিক ৰুপাইন নোহোৱাৰ সন্দৰ্ভত দৃষ্টি গোচৰ হোৱাত
মৰিগাঁও জিলাৰ গছৰগুৰি অঞ্চলৰ এজন সচেতন যুৱক দিগন্ত ডেকাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যৰ দ্বাৰা স্পষ্ট হৈ পৰিছে যে মৰিগাঁও জিলা পৰিষদে মৰিগাঁও জিলা সাহিত্য সভাৰ চৌহদত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ২০১৫-১৬ বিত্তীয় বৰ্ষত বি আৰ জি এফ আঁচনিৰ অধীনত ২ লাখ ৫০ হাজাৰ টকা আবণ্টন দিছিল যদিও কোনো কাম আৰম্ভ নৌহওতেই মৰিগাঁও জিলা সাহিত্য সভাৰ একান্টলৈ হস্তান্তৰ হৈছিল সেই সময়ত মৰিগাঁও জিলাৰ সাহিত্য সভাৰ নেতৃত্বত আছিল সভাপতি হৰেন্দ্ৰ বৰা আৰু সম্পাদক অজিত শৰ্মা কিন্তু অতি প্ৰৰিতাপৰ বিষয় যে উক্ত ধনৰাক্ষি লাভ কৰা পিছতো কিয় নিৰ্মান নহল প্ৰতিমুৰ্তি এই ক্ষেত্ৰত প্ৰশাষনে কি ব্যৱস্থা গ্ৰহন কৰে সেইয়া হব লক্ষ্যনীয়

Tags
অসমীয়া বাতৰি