ধৰ্ষিতা যুৱতীৰ ন্যায়ৰ বাবে মাত মাতিবলৈ গৈ বিপদত বিধায়ক ৰূপজ্যোতি কুৰ্মী
টীয়কত বিধায়ক ৰূপজ্যোতি কুৰ্মী বিৰুদ্ধে এজাহাৰ অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ
চচিয়েল মিডিয়াত ১৩ বছৰীয়া যুৱতীগৰাকীৰ ফটোসহ নাম প্ৰকাশ কৰাৰ অভিযোগ
Teok :- আমগুৰি হালোৱাটিং অঞ্চলৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈ গৰ্ভধৰাণ কৰিছিল আৰু আমগুৰিৰ এজন চিকিৎসকে অবৈধভাৱে গৰ্ভপাত কৰাৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ পৰা দেখা গৈছিল বিধায়ক কুৰ্মীক৷তেঁও নিজে হালোৱাটিং আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে চচিয়েল মাধ্যমত যুৱতী গৰাকী ৰ নাম আৰু ফটো প্ৰকাশ কৰিছিল,এই কাৰ্য্যত জাঙুৰ খাই উঠিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ ৷আজি সংগঠনটোৰ উপদেষ্টা মনোজ গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে POSCO ACT 2012 ভংগ কৰাৰ অভিযোগ উথ্থাপিত কৰি টীয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

Tags
অসমীয়া বাতৰি