মৰিগাঁৱৰ ২০০০ লোকক খাদ্যবস্তু আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰে সহায়ৰ হাত NGO মহিলা মেহফিলৰ
মৰিগাঁও জিলাৰ মহিলা মেহফিল নামৰ এটা বেচৰকাৰী সংস্থাই অন্য এক NGO সহযোগত ২০০০ লোকক বিতৰণ কৰিলে খাদ্য বস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী৷ পুৱাৰ পৰা সদস্য আৰু বিষয়ববীয়া সকলে দৰিদ্ৰ তথা পথৰ কাষত থকা সৰুসুৰা দোকান দি জীৱন নিৰ্বাহ কৰা এচাম লোককো সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হল৷এই দূৰ্যোগৰ সময়ত আৰ্তজনক কাষত ঠিয় দিয়াটো এক মহানুভৱতাৰ পৰিচয়৷ আহক আমি এজনে আনজন কাষত থিয় দিওঁ আৰু দেশৰ এই বিপদ পৰত অসাহায় জনক সামৰ্থ অনুসৰি কিছু সহায়ৰ হাত আগবঢ়াওঁ৷