কলিয়াবৰ অগপ যুৱ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ
কেৱল অফিচ-কাছাৰী, ব্যৱসায়ীক স্থান সমূহতেই নহয়, কলিয়াবৰত গাঁওয়ে গাঁওয়ে হব চেনিটাইজেচন ,ঘৰে ঘৰে দিয়া হব মাস্ক আৰু চাবোন । এই প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে অগপৰ কলিয়াবৰ জিলা যুৱ পৰিষদে। কলিয়াবৰ ঘৰে ঘৰে বিলাব মাস্ক আৰু একোটাকৈ চাবোন। মণি মাধৱ মহন্তৰ নেতৃত্বত আজি কুঁৱৰীটোলত শুভাৰম্ভ কৰা হৈছে এই কাৰ্যসূচীৰ ।
