আজি বিয়াল্লিছদিনে উভতিব পৰা নাই জলপাইগুৰীৰ বিজয় উলিয়ায়
বাক্সাৰ শালবাৰী আদৰ্শ চিকিৎসালয়ত কোৱেৰেন্টেনত থকা বিজয় উৰিয়া নামৰ পঃ বংগ জলপাইগুৰী আমবাৰী চাহ বাগানৰ ব্যক্তি জনে আজি বিয়াল্লিছদিনে নিজ ঘৰ বা আত্মীয়ৰ লগত ফোন নম্বৰ নথকাৰ বাবে কোনোধৰনৰ যোগাযোগ কৰিব পৰা নাই যাৰ বাবে ব্যক্তিজন নিজ ঘৰলৈ উভতি যোৱাৰ সুবিধাকন পোৱা নাই ।।