কোনে কোনে পাব ২০ লাখ কোটি টকা আৰ্থিক পেকেজৰ টকা

কোনে কোনে পাব ২০ লাখ কোটি টকা আৰ্থিক পেকেজৰ টকা
 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ কেইটামান ডাঙৰ ঘোষণা
News Nation Digital 24X7
  • ১. ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ বাবে ৩ লাখ কোটি টকাৰ পোনপটীয়া ঋণ।
  • ২. আগষ্ট মাহলৈকে সকলো প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ EPFৰ সম্পূৰ্ণ ধন বহন কৰিব চৰকাৰে।
  • ৩. ১৫ হাজাৰতকৈ কম দৰমহা পোৱা কৰ্মচাৰীসকলক ২৪ শতাংশ PF প্ৰদান কৰিব চৰকাৰে।
  • ৪. দেশৰ সকলো ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ উদ্যোগ সমূহক ডিজিটেলাইশ্যন কৰা হব।
  • ৪. কেন্দ্ৰই ক্ষুদ্ৰ আৰু কুটীৰ শিল্পক লৈ গ্ৰহণ কৰা আচঁনিসমূহে ৪৫লাখ উদ্যোগক সহায় কৰিব।
  • ৫. বিদেশী কোম্পানীৰ ঠাইত দেশীয় কোম্পানীক অগ্ৰাধিকাৰ। ২০০ কোটি টকা লৈকে এই টেণ্ডাৰ দিব পাৰিব কেৱল দেশীয় কোম্পানীয়েহে।
  • ৬. NBFCৰ বাবে ৩০ হাজাৰ কোটি টকাৰ আচঁনি গ্ৰহণ কৰিছে চৰকাৰে।
  • ৭. বিজুলী বিতৰণ কোম্পানীৰ বাবে ৯০ হাজাৰ কোটিৰ টকাৰ সহায়তা ৰাশি।
  • ৮. নিৰ্মাণ সম্পৰ্কীয় যিবোৰ কাম ২৫ মাৰ্চ ২০২০ৰ পিছত ৰেজিষ্টাৰ হৈছে সেই কামবোৰ শেষ হবলগীয়া নিৰ্ধাৰিত সময় বৃদ্ধি। ৬ মাহলৈ এই সময়সীমা বৃদ্ধি কৰাৰ ঘোষণা বিত্তমন্ত্ৰীৰ।
  • ৯. ১৪ মেৰ পৰা আগন্তুক বৰ্ষৰ লৈকে টি ডি এছ আৰু টি জি এছৰ বাবে ২৫ শতাংশ ৰেহাই। ২০২১ৰ ৩১ মাৰ্চৰ লৈৰে এই ৰেহাই প্ৰক্ৰিয়া অব্যাহত থাকিব। ইয়াৰ পৰা ৫০ হাজাৰ কোটি ৰাহি হব।
  • ১০. চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ ভিতৰত সকলোৱে ভৰিব লাগিব আয়কৰ। চৰকাৰী চাকৰিয়ালসকৰ আয়কৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে কেন্দ্ৰই।
আগন্তুক ২-৩ দিনত আৰ্থিক পেকেজক লৈ সংবাদমেল সম্বোধন কৰিব বিত্তমন্ত্ৰীয়ে

Post a Comment

Previous Post Next Post