গোৱালপাৰাৰ খৰমুজা গাঁওত অগ্নি সংযোগ

 গোৱালপাৰাৰ খৰমুজা গাঁওত অগ্নি সংযোগ


আজি গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত খৰমুজা গাঁও পঞ্চায়তৰ অন্তৰ্গত পূৰ্ণ নগৰ গাঁওৰ শৰবেশ আলী ৰ চাৰিখন ঘৰৰ লগতে মৰা পাট শুকান জলকীয়া,মৰা পাট, মাটি মাহ,নগত ধনৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰৰ জুইত সম্পূৰ্ণ ভষ্মীভূত হৈ যায়।অসহায় শৰবেশ আলী য়ে প্ৰশাসনৰ ওচৰত আৰ্থিক সহায় সহযোগিতা বিচাৰি কাতৰ আহ্বান জনায়।


Post a Comment

Previous Post Next Post