টীয়কত আৰক্ষী,চিকিৎসাকৰ্মী আৰু সংবাদ কৰ্মী মাজত মাক্স,ছেনিটাইজাৰ বিতৰণ কৰিলে কৃষি বিপনণ পৰিষদৰ অধ্যক্ষই

টীয়কত আৰক্ষী,চিকিৎসাকৰ্মী আৰু সংবাদ কৰ্মী মাজত মাক্স,ছেনিটাইজাৰ বিতৰণ কৰিলে কৃষি বিপনণ পৰিষদৰ অধ্যক্ষই

টীয়ক:দেশ তথা বিশ্ব মাৰত্মক ক’ৰোনা ভাইৰাছ সৈতে যুজি থকাৰ সময়তে সমগ্ৰ দেশতে আজি লক ডাউন এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই যোৱা আৰক্ষী, চিকিৎসাকৰ্মী তথা সংবাদকৰ্মী সকলক কিছু সৱধানতাৰে নিজৰ দায়িত্বত আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে সেইসকলক অনাগত দিনত দুগুণ উৎসাহেৰে কামত আত্ম নিয়োগ কৰোৱাৰ উদ্দেশ্যে বৃহত্তৰ টীয়কৰ জৰুৰীকালীন সেৱাত ব্ৰত ব্যক্তিসকলৰ মাজত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।টীয়কৰ মাজমজীয়াত অসম ৰাজ্যিক পৰিবহনৰ নিগমৰ চৌহদত সংবাদকৰ্মীসকলক আৰু টীয়কৰ এফ আৰ ইউত চিকিৎসক কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰি সামগ্ৰীসমূহ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ হাতত মাস্ক আৰু ছেটিটাইজাৰ বিতৰণ কৰে আৰু সকলোৰে কৃতজ্ঞতা স্বীকাৰ কৰে।

Post a Comment

Previous Post Next Post