কলিয়াবৰত নিষিদ্ধ গুডখাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান
কলিয়াবৰত নিষিদ্ধ গুডখাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান।
আজি সন্ধ্যা কলিয়াবৰ মহকুমা প্ৰশাসনে নিষিদ্ধ গুডখাৰ বিৰুদ্ধে কলিয়াবৰৰ কুঁৱৰীটোল আৰু জখলাবন্ধাত এক অভিযান চলাই। এই অভিযানত বৃহৎ পৰিমাণৰ আতচবাজী সহ গুডখা আৰু জৰ্দা পেকেট উদ্ধাৰ হয়।
কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত বাৰ্বি হাজৰিকা আৰু মিনাক্ষী পাৰ্মেৰ উপস্থিতিত জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ গুডখা