ৰেডজনৰ পৰা গ্ৰীন জনলৈ অহা ব্যক্তিকলৈ শালবাৰীত আতংক

ৰেডজনৰ  পৰা গ্ৰীন জনলৈ অহা ব্যক্তিকলৈ শালবাৰীত আতংক                                     

  বাক্সাৰ শালবাৰী মহকুমাৰ গাতে লাগি থকা বজালীৰ মাধপুৰ গাওঁত ফাঁচীবজাৰৰ পৰা অহা ব্যক্তি এজনক লৈ আতংকিত গঞাৰাইজ । জানিবপৰা মতে  ব্যক্তিজন কৰ্মসূত্ৰে গুৱাহাটীৰ ফাঁচীবজাৰত থাকে যোৱাকালি নিজঘৰলৈ আহি পোৱাৰ পিছত গাঁওবাসী ভিতিগ্ৰস্ত হৈ পৰে । ফাঁচীবজাৰ ৰেড জন হোৱাৰ পিছতো কেনেদৰে গ্ৰীনজনলৈ আহিব পাৰিলে ব্যক্তিজন সেইলৈ প্ৰশ্ন এতিয়া জনসাধাৰনৰ মাজত ।।

Post a Comment

Previous Post Next Post