৩য় পৰ্যায়ৰ লক ডাউনৰ নতুন নিয়ম


৩য় পৰ্যায়ৰ লক ডাউনৰ নতুন নিয়ম


  •  বন্ধ থাকিব সাধাৰণ ৰে’ল সেৱা, বিমান সেৱা
  •  আন্তঃৰাজ্যিক যাতায়াত বন্ধ
  •  নিশা স্থানীয় প্ৰশাসনে দিব পাৰিব কাৰ্ফিউ
  • অসুস্থলোক,শিশু, গৰ্ভৱতী মহিলা ঘৰৰ পৰা ওলোৱাত বাধা
  • স্কুল কলেজ বন্ধ থাকিব কিন্তু  গ্ৰীন জ’নত খুলিব উদ্যোগ
  • আৱাসিক এলেকা, গ্ৰামাঞ্চলত খুলিব দোকান
  • গ্ৰীন জ’নত ৫০শতাংশ যাত্ৰীক লৈ চলিব বাছ
  • এজন যাত্ৰীক লৈ চলাব পাৰিব টেক্সী
  •  নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ বন্ধ যাতায়াত
  • বিশেষ ৰে’লেৰে বহিঃৰাজ্যৰ পৰা লোকক আনিব পাৰিব
  • ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ শিথিলতা আনিব পাৰিব
  • সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠান বন্ধ, শ্বপিং মল, চেলুন, চিনেমা হল বন্ধ থাকিব
  • অব্যাহত থাকিব NREGAৰ কাম

Post a Comment

Previous Post Next Post