টীয়কৰ এক দম্পতী এতিয়া হৈ পৰিছে সকলোৰে আদৰ্শ

টীয়কৰ এক দম্পতী এতিয়া হৈ পৰিছে সকলোৰে আদৰ্শ
News Nation Digital 24X7

TEOK: বিশ্ব আজি সংকতত, এই জতিল সময়ত প্ৰতিজনেই আজি গৃহবন্দী ৷ সকলো বন্ধ, ব্যৱসায়-বাণিজ্য পৰা উদ্যোগৰ পৰা কল কাৰখানালৈ  পেটত হাতভৰি লুকুৱাই কিংকতৰ্ব্য বিমূঢ় আজি প্ৰতিজন খাতিখুৱা কৃষক উৎপাদিত সামগ্ৰীৰ বাবে নাই প্ৰয্যপ্ত বজাৰ ৷ তাৰ মাজতে এই হতাশক নেওচি টীয়কৰ বলমা মৰাণ গাঁৱৰ এক ব্যতিক্ৰমী দম্পতী এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। নৱনিধি গগৈ নামৰ এই খেতিয়কজনে এতিয়া লকডাউনৰ সময়তো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কৰা ভোট জলকীয়া,নেমু তথা বিভিন্ন পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈ পৰিছে।দৈনিক  ৮ ৰ পৰা ১০ কেজি পৰ্যন্ত ভোট জলকীয়া,শ শ নেমু টেঙা বিক্ৰী কৰিছে।এই   লক ডাউনৰ সময়তো এই গৰাকী কৃষকে প্ৰতিদিনে ভোট জলকীয়া পৰা ৫০০০/- পৰা ৮০০০/- টকা উৰ্পাজন কৰিছে। প্ৰায় ৪ বিঘা মাটি ভোটজলকীয়া , ৩ বিঘা মাটি নেমু বাগান আছে  নৱনিধিৰ। নবনিধিৰ এই পদক্ষেপ এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে।

Post a Comment

Previous Post Next Post