বঙাইগাঁও জিলাৰ অভয়াপুৰীত আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীৰ তহল।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীৰ তহল










আজি তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ প্ৰথমটো দিন। সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হৈছে সান্ধ্য আইন। বঙাইগাঁও জিলাৰ অভয়াপুৰীত আৰক্ষী-অৰ্দ্ধসামৰিক বাহিনীৰ তহল। সান্ধ্য আইন ভংগ কৰি ৰাজপথত ওলাই অহা একাংশ লোকক আৰক্ষীৰ সকিয়নী। ৰাইজক আইন মানি চলিবলৈ আহ্বান আৰক্ষীৰ।



 

Post a Comment

Previous Post Next Post