কাকজান ঈদগাহত নাই ঈদৰ সমুহীয়া নমাজৰ উচাহ
যোৰহাট জিলাৰ টীয়কৰ কাকজান হিন্দু-মুছলমানৰ সম্বনয়ৰ অন্যতম স্থান । যুগ-যুগ ধৰি সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থকা অঞ্চলটোৰ প্ৰতিজন হিন্দু-মুছলমানে দেখুৱাই আছে সম্বনয়ৰ বহু বোৰ নিৰ্দশণ । হিন্দুৰ প্ৰতিটো সামাজিক অনুষ্ঠানত যিদৰে মুছলমানৰ অংশগ্ৰহণ এক নিয়মত পৰিণত হৈছে তেনেদৰে হিন্দুৰ শুভেচ্ছাৰে প্ৰতিবছৰে আৰম্ভ হয় ঈদৰ সমুহীয়া নমাজ ।কিন্তু এইবাৰ ব্যতিক্ৰম ।ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহন কৰা চৰকাৰী নীতি নিয়মৰ প্ৰতি সহাৰি জনাই কাকজান ঈদগাহ পৰিচালনা সমিতিয়ে এইবাৰ সমুহীয়া নমাজ বাতিল কৰাত নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে কাকজান ঈদগাহ ময়দানত ।

Tags
অসমীয়া বাতৰি