কলিয়াবৰৰ এজন যুৱকৰ কৰুণ কাহিনী

কলিয়াবৰৰ এজন যুৱকৰ কৰুণ কাহিনী
News Nation Digital 24X7
কলিয়াবৰ ৰ সোনাৰী  গাও এজন যুবক নাম তেও ৰ ললিত হাজৰিকা যি বয়সত তেও লগৰীয়‍ৰ লগত হাহি ধেমালী কৰিব লাগিছিল তেতিয়া ললিত ৰ জীৱনলৈ নামি আহিল এক ধুমুহা যি ধুমুহা কেতিয়‍া নাই কিয়া হব নাজানে কোনেও ।
  সৰুতে ভৰিত জুই পোৰা চেলু লৈ ললিতৰ জীবনলৈ নামি এক দুৰাৰোগ্য ৰোগ আৰু তেতিয়া নাই কিয়া হল ললিতৰ দোয়োটা ভৰি
 কিন্ত্ত ঘৰ ৰ আথিক অবহৃা ভাল নোহোবাত তেও ক ভাল দৰে চিকিংসা কৰিব পৰ‍া নাই
  নিজৰ ক‍কায়েক লোকৰ ঘৰত ৰং দিয়া আৰু জবকাড কাম কৰি দুবেলা দুমুঠি যোগাৰ কৰা মানুহ জনৰ এতিয়া ল লিতক চিকিংসা কৰিব পৰা নাই সেয় হে তেওঁ এতিয়া ৰাইজৰ অলপ সহায় বিচাৰিছে
 কোনোবা হৃদয় বান লোকে সহায় কৰিব বিচাৰিলে শিলঘাট apex bank  শাখাত থকা ললিত হাজৰিকা ৰ নামত এই একাউন্ট নং সহায় কৰিব পাৰিব 111042010029045




Post a Comment

Previous Post Next Post