দৰংত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ সংঘাত

দৰংত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ সংঘাত
News Nation Digital 24X7

  • দৰংৰ ধূলা আৰক্ষী থানাৰ আটাকাটা গাঁওত ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্টি হয় সংঘাত ।
  • ধূলা থানাত এজাহাৰ দাখিল ছাহাৰ বেগমৰ ।
  • লাঠী,দা, পিষ্টল আদিৰে দুই পৰিয়ালৰ মাজত সৃষ্টি হয় সংঘাত ।
  • ছাঁহাৰা খাতুন আৰু হাবেজ আলিৰ দুই পৰিয়ালৰ মাজত সৃষ্টি হয় ভয়াবহ সংঘাতত ।
  • পিষ্টলৰে আক্ৰমণৰ চেষ্টা  হাবেজ আলি নামৰ যুৱকৰ ।
  • এজাহাৰত উল্লেখিত মতে, ছাঁহাৰা খাতুন ৰ ১১জনকৈ পৰিয়ালৰ সদস্যক  আঘাত কৰে হাবেজ আলিৰ ৮ জনীয়া এটা দলে।
  •  বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছ ছাহাৰ বেগমৰ ১১জনকৈ পৰিয়ালৰ সদস্য ।
    • আবুল কালাম নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে যদিও বাকী ৭ জন পলাতক অৱস্থাত আছে
    • পিষ্টলৰ অনুসন্ধানত বৰ্তমান ধূলা আৰক্ষী ।


Post a Comment

Previous Post Next Post