ভাতৃত্ববোধ নাশ কৰি সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা সুবোধ গুপ্তাৰ বিৰুদ্ধে সদৌ তিনিচুকীয়া জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ডুমডুমা আঞ্চলিক সমিতিৰ
সহযোগত ডুমডুমা থানাত এজাহাৰ দাখিল
ডুমডুমা ১২ মে, ২০২০ : ভাতৃত্ববোধ নাশ কৰি সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা সুবোধ গুপ্তাৰ বিৰুদ্ধে #সদৌ_তিনিচুকীয়া_জিলা_সংখ্যালঘু_ছাত্ৰ_ইউনিয়নৰ ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত ডুমডুমা থানাত এজাহাৰ দাখিল | এনে সমাজবিৰুধী মানসিকতাৰ অন্তৰালত লুপ্ত হৈ থকা শক্তিৰ বিৰুদ্ধে প্রশাসনক কঠোৰ হবলৈ দাবী উত্থাপন কৰে জিলা আমছুৱে | সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমেও কৰ'ণা বিজাণুৰ মহামাৰীৰ পৰা পৰিত্ৰাণ বিছাৰি কৰা যুদ্ধৰ সময়চোৱাত সাম্প্রদায়িক অপশক্তিৰ এনে কৰ্মকাণ্ডকলৈ উদ্বেগ প্রকাশ কৰিছে জিলা আমছুৱে |
#ঘৰত_থাকি_চৰকাৰক_সহযোগ_কৰক |

Tags
অসমীয়া বাতৰি