সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সমিতি প্ৰসংসনীয় পদক্ষেপ
দেশৰ লক্ ডাউনৰ সময়ত মহামাৰি ক'ৰণা ভাইৰাছে আতংকৰ সন্ত্ৰাস সৃষ্টি কৰা সময়তে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই নিজা প্ৰচেষ্টাৰে আজি ভূৰবন্ধাত ৮৫০ টি পৰিয়াললৈ অত্যাবশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ
কৰে ৷আজি মৰোগাঁও জিলা ছাত্ৰ সন্থাই ভূৰবন্ধা অঞ্চলৰ ৮৫০ পৰিয়ালে কিছু সকাহ পোৱা উদেশ্যই এই পদক্ষেপ লয় বুলি জানিবলৈ দিয়ে।সাহায্য বিতৰণ অনুষ্ঠানত মৰিগাঁও জিলা ছাত্ৰ সভাপতি হিমাংশু মহন্ত সহ জিলা সমিতি সকলো বিষয় ববীয়া উপষ্ঠিত থাকে।অনুষ্ঠানত জিলা সভাপতি হিমাংশু মহন্তই সাহায্য বিতৰণ কৰি অঞ্চল সকলো লোককে এই সময়ত ঘৰতে থাকিবলৈ অনুৰুধ কৰি নিজকে সুস্হ ৰাখিবলৈ আহ্বান জনায়।