যোৰহাট NSUI ৰ প্ৰসংশনীয় পদক্ষেপ

যোৰহাট NSUI ৰ প্ৰসংশনীয় পদক্ষেপ
News Nation Digital 24X7


মহামাৰী কৰ'ণা প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে ২১ দিনৰ লক ডাউন্ ঘোষণা কৰিলে। এনে সাম্প্ৰতিক পৰিস্থিতিত স্নাতক প্ৰথম ষান্মাসিকৰ পৰা ষষ্ঠ ষান্মাসিকৰ বিভিন্ন মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলৰ বাবে যোৰহাট জিলাৰ এন এছ ইউ আইয়ে বিনামূলীয়াকৈ অনলাইন পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে। বিভিন্ন মহাবিদ্যালয়ৰ ৪০জন অধ্যাপক আৰু অভিজ্ঞতাপুষ্ট ব্যক্তিৰ দ্বাৰা  প্ৰায় ১৫০০তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ পাঠদান প্ৰদান কৰিছে। এই পাঠ্যক্ৰম সন্দৰ্ভত যোৰহাট জিলা এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱা আৰু যোৰহাট জিলা এন.এছ.ইউ.আই ৰ সাধাৰণ সম্পাদক ৰক্তিম দত্তৰ এক ভাষ্য....



1 Comments

  1. ধন্যবাদ আপোনালোকৰ সহযোগিতাৰ বাবে

    ReplyDelete
Previous Post Next Post