মৰিগাঁও দক্ষিণ ধৰমতুল গাঁও পঞ্চায়ত সভাপতি পলাশ মেধিৰ সন্মান হানিৰ প্ৰচেষ্টা একাংশৰ
কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পাছতে দেশৰ জনসাধাৰণক কৰ'ণাৰ প্ৰভাৱৰ পৰা আতঁৰাই ৰাখি সুস্থ ৰখাৰ উদ্দেশ্যেৰে বিশ্বৰ ভিন্ন দেশৰ দৰে ভাৰততো লকডাউন ঘোষণা কৰা হৈছিল। কিন্তু এই সময়ছোৱাত যাতে দেশৰ বিশেষকৈ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোক ইয়াৰ পৰা প্ৰভাৱান্বিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছুমান বিশেষ সাহায্যৰ মুকলি কৰিছিল।
যোৱা কালি দক্ষিণ ধৰমতুলৰ গাঁও পঞ্চায়তৰ সভাপতি পলাশ মেধিৰ বিৰুদ্ধে এটা বাতৰি সম্প্ৰচাৰ কৰা হৈছিল যিটোত প্ৰকাশ পাইছিল যে তেঁওলোকে দুখীয়া ৰাইজৰ বাবে অহা সাহায্যক লৈ দুৰ্নীতিত লিপ্ত হৈছিল। কিন্তু তাৰ পাছতে আজি পঞ্চায়তটোৰ সভাপতি গৰাকী লগতে পঞ্চায়তটো অধিনৰ বহু লোকে কয় যে বৰ্ত্তমানৰ সভাপতি এই মুহুত্বলৈ যি কাম কৰি আছে ৰাইজৰ পক্ষে কৰি আছে।আৰু লগতে কয় যে শুক্ৰবাৰে বাতৰিত যি সকলে অভিযোগ কৰিছে প্ৰকৃততে সেই সকলে নিৰ্বাচনৰ সময়ৰ পুৰণা শত্ৰুতাক লৈয়ে এনে ধৰনৰ মিছা অভিযোগ কৰা বুলিও সভাপতি পলাশ মেধি লগতে ৰাইজে জানিবলৈ দিয়ে।এই সন্দৰ্ভত ৰাইজৰ পৰা জানিবঁ বিছৰাত পঞ্চায়তৰ বাসিন্দা সকলে কি কয় শুনক তেওঁলোকৰ মুখেৰে।