লকডাউন ভঙ্গকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ল কলিয়াবৰ মহকুমা প্ৰশাসন
লকডাউন ভঙ্গকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ল কলিয়াবৰ মহকুমা প্ৰশাসন।মঙলবাৰে এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত চুলুং আৰক্ষীয়ে লকডাউন ভঙ্গকাৰীৰ বিৰুদ্ধে চলালে অভিযান। অভিযানকাৰী গোটে বৰঘূলি,চুলুং ,নলতলিত চলালে অভিযান। অনুজ্ঞাপত্ৰ নোহোৱাকৈ খোলা দোকান - পোহাৰ বন্ধ কৰি দিয়াৰ লগতে প্ৰশাসনৰ যাৱতীয় অনুমতি অবিহনে চলা- চল কৰা যানবাহনৰ ক্ষেত্ৰটো কঠোৰ হ'ল প্ৰশাসন
প্ৰশাসনে ছখনকৈ দুচকীয়া বাহন জব্দ কৰাৰ লগতে জব্দ কৰে অনুমতি অবিহনে বজাৰপাতি বিক্ৰী কৰা প্ৰায় এক কুইণ্টল মাছ৷