লক ডাউন ভংগ কৰাৰ বাবে ১৮ জনক গুলীয়াই হত্যা

লক ডাউন ভংগ কৰাৰ বাবে ১৮ জনক গুলীয়াই হত্যা
News Nation Digital 24X7

সমগ্ৰ বিশ্বতে কোৰোনাৰ সন্ত্ৰাসৰ বাবে লকডাউন৷ প্ৰয়ভাগে এই লকডাউনক মানি আদৰি লৈছে৷ কিছুমানে লকডাউন ভংগ ও কৰিছে৷ লক ডাউন ভংগকাৰী শাস্তিৰ সন্মুখীন ও হৈছে৷ কিন্তু লকডাউন ভংগ কৰাৰ বাবে ১৮ জন লোকে দিব লগা হল প্ৰাণ৷ ঘটনাটো সংঘটিত হৈছে নাইজেৰিয়াত৷ নীইজেৰিয়াত জনসাধাৰণে লকডাউনৰ নিয়ম উলংঘা কৰি বাহিৰলৈ ওলোৱা বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া হৈছে, যাৰ ফলত ১৮ জন লোকৰ মৃত্যু হৈছে৷ উল্লেখযোগ্য যে এতিয়ালৈকে নাইজেৰিয়াত কোৰোনাত আক্ৰান্ত হৈ ১৩ জন লেকৰ মৃত্যু হৈছে৷

Post a Comment

Previous Post Next Post