বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা লকডাউন উলংঘা কৰি বহিঃৰাজ্যলৈ কয়লাৰ সৰবৰাহ অব্যাহত
উত্তৰ শালমাৰা আৰক্ষীয়ে জব্দ কৰিলে E-Pass বিহীন কয়লা ভৰ্তি ট্ৰাক।
E-Pass অবিহনে বিহাৰলৈ অবৈধভাবে সৰবৰাহ কৰিছিল কয়লা।
ট্ৰাকখনৰ নম্বৰ WB 67 A 4764 ।
কয়লাখিনি যোগীঘোপাৰ নুৰ ক'ল ট্ৰেডাৰ্ছৰ নামৰ ট্ৰেনপৰ্ট এজেঞ্চিৰ জৰিয়তে লোড কৰিছিল আব্দুল কাদেৰ নামৰ কয়লা মাফিয়াগৰাকীয়ে।
কয়লা মাফিয়া অাব্দুল কাদেৰৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু।
কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ লৈকেহে E-PASS ৰ আবেদন কৰিছিল কাদেৰে। আনহাতে চালান কাটিছিল বিহাৰ লৈকে।
আৰক্ষীয়ে ট্ৰাকৰ চালক হেণ্ডিমেনক ইতিমধ্যে আটক কৰে