অসম আহি পালেহি 50 হাজাৰ পি পি ই (PPE) কীট

অসম আহি পালেহি 50 হাজাৰ পি পি ই (PPE) কীট্
News Nation Digital 24X7

  • চীনৰ পৰা অনা হল 50 হাজাৰ পি পি ই কীট্৷
  • চীনৰ গোৱানঝুৰ পৰা আহি পালে এই বিশেষ কীট্ সমূহ৷
  • বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰলৈ লৈ অনা হৈছে৷ 
  • বিমানবন্দৰত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা দেৱে গ্ৰহন কৰে কীট্ সমূহ৷
  • কীট্ সমূহে চিকিৎসক আৰু নাৰ্চ সকলোক কেৰোনাৰ চিকিৎসা কৰাত সহায়ক হ'ব৷


Post a Comment

Previous Post Next Post