meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> হাটশিঙিমাৰীত আৰক্ষী আৰু বি এছ এফৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুটীয়া অভিযান

হাটশিঙিমাৰীত আৰক্ষী আৰু বি এছ এফৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুটীয়া অভিযান


 

 

হাটশিঙিমাৰীত আৰক্ষী আৰু বি এছ এফৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে যুটীয়া অভিযান ।  আৰক্ষী  আৰু বি এছ এফৰ হাটশিঙিমাৰীৰ কলেজ নগৰত অভিযান চলাই  বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট সহ এগৰাকী গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আটক কৰা সৰবৰাহকাৰী গৰাকী হল মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালাৰ পাথৰাঙ্গা গাওঁৰ ছোলেমান ইছলাম (37)।  ছোলেমান ইছলামৰ পৰা ৩৬০০টা নিচাজাতীয় টেবলেট উদ্ধাৰ।


মানকাচৰৰ পৰা সাজ্জাদ হুচেইনৰ ৰিপোৰ্ট।

Post a Comment

Previous Post Next Post