অখিল গগৈৰ জামিন নাকচ কৰা হৈছে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে অখিল গগৈৰ জামিন ।
ন্যায়ধীশ কল্যান ৰায় চোৰানা আৰু অজিত বৰঠাকুৰৰ আদালতৰ ৰায় ৷
কাৰাগাৰতে থাকিব লাগিব অখিল গগৈ ।
নিয়াৰ প্ৰথমটো গোচৰৰ জামিন নাকচ ।
Tags
অসমীয়া বাতৰি
meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" />