No title

 কাতি বিহু উপলক্ষে আজি কলিয়াবৰত ধাননি পথাৰত ৰাইজে জুতি ল'লে ৰ'বাব টেঙাৰ 



আজি কাতি বিহু। অসমীয়া জাতিৰ প্ৰাণৰ তিনিটা বিহুৰ এটি বিহু এই কাতি বিহু। বিশেষকৈ কৃষকসকলৰ বিশেষ প্ৰাসংগিকতা আছে এই কাতি বিহুৰ সৈতে।


বিশ্ব মহামাৰী কৰ'ণাই সমগ্ৰ ৰাজ্যতে বিভীষিকা সৃষ্টি কৰিছে তাৰ মাজতে কলিয়াবৰৰ দলগাঁও ৰ ধাননি পথাৰত ৰাইজে জুতি ল'লে ৰ'বাব টেঙাৰ । 


কিয়নো ।। জানিব পৰা মতে বিজ্ঞান সন্মত ভাৱে ধাননি পথাৰত ৰবাব টেঙা খাই ৰ'বাব টেঙাৰ বাক'লি ধাননি পথাৰৰ মাজত পেলালে কৃত-পতংগ ৰ মৃত্যু হয় ।

Post a Comment

Previous Post Next Post