মৰিগাঁৱত বিশিষ্ট মূকাভিনেতা মুকুন্দ নাথৰ নেতৃত্বত মুখাভিনয় ৭ দিনীয়া আবাসিক কৰ্মশালা

 মৰিগাঁৱত বিশিষ্ট মূকাভিনেতা মুকুন্দ নাথৰ নেতৃত্বত মুখাভিনয় ৭ দিনীয়া আবাসিক কৰ্মশালা




মৰিগাঁও মুখা কালচাৰেল চেন্টাৰে যোৱা ১০ বছৰ ধৰি মৰিগাওৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত মূকাভিনয় আৰু নাট প্ৰদৰ্শন কৰি আহিছে।লগতে ভাৰতৰ বিভিন্ন‍ ঠাইত কৰ্মশালা আয়োজন কৰি আহিছে।এই ক্ষেত্ৰত আগন্তুক দিনত মুখা অভিনয় ক্ষেত্ৰ খনক আগোৱাই নিয়া উদেশ্যৰে মৰিগাঁৱত মুকুন্দ নাথৰ নেতৃত্বত আৰু মাইমৰ সহযোগত ১০ দিনিয়া এক আবাসিক কৰ্মশালা অনুষ্ঠিত কৰে।এই কৰ্মশালাত ৰাজ্যখনৰ বিভিন্ন স্থানৰ বহুকেইজন যুৱক যুৱতিয়ে অংশ গ্ৰহণ কৰে।

আনহাতে অনুষ্ঠান নেতৃত্বত থকা মুকুন্দ নাথ জনায় যে বৰ্ত্তমান মুখাভিনয় প্ৰায় লুপ্ত অবস্থালৈ গতি কৰিছে আৰু এই মুখা কালচাৰেলটো আকৌ ঘুৰাই আনিবলৈ তেওঁলোক যথেষ্ট আগ্ৰহি বুলি মন্তব্য কৰে।

Post a Comment

Previous Post Next Post