হাজোত চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা

হাজোত চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা

  হাজো SBI শাখাৰ সমীপতে সংঘটিত হৈছে ডকাইতি কাণ্ড
দুৰ্বৃত্তই লুটি লৈ নিলে নগদ ১ লাখ ২০ হাজাৰ টকা।
ৰামদিয়া উজানকুঢ়িৰ তফিকুৰ ৰহমানৰ ধন লুট
হাজোৰ SBI শাখাৰ পৰা ধনখিনি উলিয়াই নিজৰ বাহনত ৰখাৰ সময়তে দুৰ্বৃত্তই কৌশলেৰে লুটি লৈ যায় ধনখিনি।  ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তফিকুৰ ৰহমানে।

Post a Comment

Previous Post Next Post