মৰিগাঁৱত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণদেশত কঠোৰ জনসংখ্যা আইন প্ৰণয়ন কৰিবলৈ আহ্বান মৰিগাঁও ফাউণ্ডেশ্যনৰ
জনসংখ্যা সমাধান ফাউণ্ডেশ্যন"ৰ স্থাপনা ২০১৭ চনত কৰা হৈছিল।ইয়াৰ উদেশ্য আন আন দাবীৰ লগতে সকলোৰে বাবে দুটি সন্তান নীতি নিৰ্ধাৰণ কৰা এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ণ কৰা বাবে সজাগতা সৃষ্টি কৰা আৰু আন্দোলন গঢ়ি তোলা। ভাৰতবৰ্ষ আগন্ত্তক এটা দশকৰ ভিতৰত চীনক অতিক্ৰমী বিশ্বৰ আটাইতকৈ জনবহুল দেশ হবলৈ গৈ আছে।ক্ৰমহ্ৰাসমান সম্পদ আৰু কভিড-১৯ মহামাৰিয়ে কঢ়িয়াই অনা বৈশ্বিক অাৰ্থিক মন্দাৱস্থা তথা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ভীমকায় বোজাৰ পৰিপ্ৰেক্ষিতত দেশৰ ১৩৭ কোটি জনতাৰ দায়িত্ব লোৱাই ৰাষ্টৰ বাবে সমস্যা হৈ দেখাঁ দিছে। জনসংখ্যা বিস্ফোৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ,অত্যাধুনিক সেনা বাহিনী,বৈশ্বিক প্ৰতিযোগী কুশল কৰ্মশক্তি,আধুনিক আৰু সৰ্বস্পৰ্শী স্বাস্হ্য সেৱাৰ বাবে অৱশ্যকীয় সম্পদৰ ওপৰত অত্যাধিক চাপ পৰিছে।এই বৰ্ধিত জনসংখ্যাই ৰাষ্ট্ৰনিৰ্মাণ কাৰ্যৰ বাবে আয়ৰ স্ৰোত হোৱাৰ সলনী দেশৰ বহু অংশত সামাজিক অস্থিৰতাৰ কাৰণ হৈ ক্ষয়ৰোগৰ সৃষ্টি কৰিছে। সামাজিক ক্ৰটিৰেখা সমুহত হেঁচা পৰিছে ফলত ৰাষ্ট্ৰবিৰোধী শক্তিসমুহে অস্থিৰতাৰ সৃষ্টি কৰিবলৈ প্ৰভুত সুযোগ লাভ কৰিছে।
আমাৰ এই ফাউণ্ডেশ্যনে বিশ্বাস কৰে যে বৰ্ত্তমান ৰাষ্ট্ৰ সন্মোখত কঠোৰ দুটি সন্তান নীতি বলবৎ কৰা বাহিৰে আন উপায় নাই। যোৱা ১১ জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে অসমৰ ১২৬ খন জিলাৰ পৰা জিলা অধিকাৰীৰ জৰীয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই সৰ্ম্পকত দেশৰ ৫১ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা স্বাক্ষৰিত এক পত্ৰও মাননীয় প্ৰধান মন্ত্ৰীলৈ যোৱা ১৭ জুলাই তাৰিখে প্ৰেৰণ কৰা হয়।কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা বাধ্যবাধকতাৰ বাবে বহু জিলাৰ পৰা স্মাৰক প্ৰেৰণ কৰা সম্ভব নহ'ল।আজি,১২ আগষ্ট তাৰিখে জনসংখ্যা ফাউণ্ডেশ্যন অসম শাখা উদ্যোগত মৰিগাঁও জিলাই মাননীয় প্ৰধান মন্ত্ৰী,মাননীয় গৃহমন্ত্ৰী,শ্ৰী গিৰিৰাজ সিং (কেন্দ্ৰীয় মন্ত্ৰী, মৎস্য,পশু আৰু দুগ্ধউৎপাদন বিভাগ )শ্ৰী জে পি নড্ডা (অধ্যক্ষ ,ভাৰতীয় জনতা পাৰ্টি) আৰু মাননীয় কেন্দ্ৰীয় আইন মন্ত্ৰীলৈ সংসদত আগন্ত্তক অধিবেশনতে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন উণ্থাপন কৰি বলবৎ কৰিবলৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰি আসমতো ফাউণ্ডেশ্যন কাৰ্য শুভৰাম্ভ কৰিছে।উত্তৰ-পূব ভাৰতৰ ৰাইজৰ হৈ মৰিগাঁও জিলাই মৰিগাঁও সদৰ বিহুতলিৰ পৰা দিল্লীলৈ এক বাৰ্ত্তা প্ৰেৰণ কৰিব বিছাৰিছো যি লাৱিতে এদিন বিশাল মোগল সেনাক পৰাস্ত কৰিছিল,কেৱল জনসংখ্যা বৃদ্ধিৰ দ্বাৰাই লাচিৰ দেশত আজি তেওঁলোক সৰ্বেসৰ্বা হবলৈ গৈ আছে। আমি আশা কৰোঁ অহা ১৫ আগষ্ট স্বাধীনতা দিৱসৰ ভাষনত দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা দেশবাসিল আস্বস্ত কৰিব।
আগন্ত্তক দিনত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে এই আইনৰ বাবে জনসাধাৰণৰ সমৰ্থন বিচাৰি বিভিন্ন চেমিনাৰ,ৰাজহুৱা অনুষ্ঠান আৰু সজাগতা আভিযাম কৰিম বুলি মৰিগাঁও জিলা সমিতি হৈ
পুলিন কুমাৰ কাকতি( জিলা সংযোজক),মিলন কাকতি
তুলেন মেধি ,জ্যোতি প্ৰসাদ দাস,বিজু পাতৰ সহ তাত উপষ্ঠি সকলোৱে জানিবঁলৈ দিয়ে

Tags
অসমীয়া বাতৰি