টীয়কৰ জেষ্ঠ সংবাদিক মৃদুল বৰুৱাৰ মৃত্যুত টীয়কত শোকৰ ছাঁ

টীয়কৰ জেষ্ঠ সংবাদিক মৃদুল বৰুৱাৰ মৃত্যুত  টীয়কত শোকৰ ছাঁ

 

Teok :- টীয়কৰ জেষ্ঠ সংবাদিক মৃদুল বৰুৱা আৰু নাই৷ যকৃতৰ এক ৰোগত আক্ৰান্ত হৈ আজি কিছু দিন যোৰহাটৰ মিচন হস্পিতালত চিকিৎসাধীন হৈ আছিল৷ অসমৰ ব্যক্তিগত চেটেলাইত চেনেল "নিউজ লাইভৰ" এজন দক্ষ্য সংবাদকৰ্মী বৰুৱাই কালি নিশা ৯-৪০ বজাত শেষ নিশ্বাসে ত্যাগ কৰে৷ বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পাৰ লগে লগেই সমগ্ৰ টীয়কতে একহ শোকৰ ছাঁ পৰিছে৷ "টীয়ক প্ৰেছ ক্লাব" "যোৰহাট জিলা ই -মিডিয়া এচচিয়েচন" "যোৰহাট জিলা সংবাদিক সন্থা" "টীয়ক বানিজ্য সন্থা""যোৰহাট জিলা অসম প্ৰেছ কৰেছপণ্ডেন্ট ইউনিয়ন" আদি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে ৷

Post a Comment

Previous Post Next Post