ৰাজ্যত সাংবাদিক আক্ৰমণৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ দৰঙৰ এগৰাকী সাংবাদিকক আক্ৰমণ কৰিলে জুৱাৰীয়েজুৱাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক অপদস্থ জুৱাৰিৰ: দৈপাম আৰক্ষী চকীত গোচৰ ৰুজু
দৰং জিলাৰ দলগাও থানাৰ অন্তৰ্গত উলুবাৰীত জুৱাৰ বিৰুদ্ধে আজি The hills Times মঙলদৈৰ সাংবাদিক আবুল খায়েৰে বাতৰি সংগ্ৰহ কৰিব যোৱাত বৰুৱাঝাৰ গাওৰ জুৱাৰি চোলতান আলীয়ে সাংবাদিক জনক অশ্লীল গালি গালাজ পাৰাৰ লগতে চুৰি সদৃশ চুকা অস্ৰৰে চকুত আঘাত কৰে৷লগতে প্ৰাণে মাৰাৰো ভাবুকি দিয়ে৷উলুবাৰীত চলা অবৈধ জুৱাৰ বিৰুদ্ধে আজি খোদ আৰক্ষী অধীক্ষক অমৃত ভূঞা অভিযান চলাবলৈ আহে যদিও জুৱাৰিক উক্ত স্থানত নাপাই উক্ত স্থানত থকা জুৱাৰিৰ Figo গাড়ী খনৰ চাৰিওটা চকাৰ পাংচাৰ কৰি দিয়ে৷ ঘটনা সংক্ৰান্তত সাংবাদিক জনে দৈপাম আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে৷ উক্ত ঘটনাক একে মুখে সকলো সচেতন মহলে ধিক্কাৰ জনোৱাৰ লগতে জোৱাৰীক অচিৰেই আটক কৰিবলৈ প্ৰশাসনক আহব্বান জনাইছে।

Tags
অসমীয়া বাতৰি