মৰিগাঁৱত যুৱ পৰিষদ গ্ৰঠনউপষ্ঠিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সদস্য তথা বিশিষ্ট চলচিত্ৰ নিৰ্মাতা বানি কান্ত দাস

মৰিগাঁৱত যুৱ পৰিষদ গ্ৰঠনউপষ্ঠিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সদস্য তথা বিশিষ্ট চলচিত্ৰ নিৰ্মাতা বানি কান্ত দাস

আগন্ত্তক ২১ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি শনিবাৰে মৰিগাঁও জিলা তৰাবৰিত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ মৰিগাঁও জিলা সমিতি অধিনত তৰাবড়িত এখন আঞ্চলিক সমিতি গ্ৰঠন কৰে ।সভাত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি সাংস্কৃতিক কোষৰ সভাপতি  বানি দাসৰ লগতে মৰিগাঁও জিলা সমিতি সম্পাদক শান্তনু শৰ্মা,সমষ্টি সমিতি সভাপতি ৰাজু বৰদলৈ,সম্পাদক ক্ৰমে ৰাজিৱ কাকতি,আমিৰ হুচেইন,যুব পৰিষদ সভাপতি জিন্টু কলিতা,সম্পাদক মাধৱ দাস,কেন্দ্ৰীয় সদস্য গৌতম বৰা উপষ্ঠিত থাকে।সভাত প্ৰায় অৰ্ধশতাধীক লোক উপষ্ঠিত থাকে।সভাত উপষ্ঠিত থাকি কেন্দ্ৰীয় সমিতি সদস্য বানি দাস আৰু জিলা সম্পাদক শান্তনু শৰ্মাই কি কয় শুনক।

Post a Comment

Previous Post Next Post