টীয়কত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত
TEOK:অসমৰ চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি সন্ধিয়া টীয়কৰ বৃহত্তৰ কাৱৈমাৰী অঞ্চলৰ মথাউৰি পৰ্যবেক্ষণ কৰে আৰু অতি সোণকালে মথাউৰিৰ কাষত ক্ৰংকিটৰ বেৰাৰ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। লগতে ধনতুলা, বনাই নপমুৱা আদি অঞ্চলৰ মাথাউৰি বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা আৰু অগপৰ যোৰহাট জিলাৰ সম্পাদক বিকাশ শইকীয়া লগতে জলসম্পদ বিভাগৰ অভিযন্ত্ৰা উপস্থিত থাকে ।

Tags
অসমীয়া বাতৰি