ওদালগুৰী জিলাত PMAY ৰ নামত ধন হৰলুকীৰ ঘটনা
ওদালগুৰী জিলাৰ মাজবাট মহকুমাৰ ফুলগুৰীৰ ভি চি ডি চিৰ চেয়াৰমেন ভেব্লা বসুমতাৰীয়ে উদঙালে নিজ ভি চি ডি চিত হৰলুকী হোৱা PMAYৰ নামত দুটাকৈ আবন্টিত ঘৰৰ টকা । খণ্ড উন্নয়ন বিষয়া অভিযন্তা বেংক মেনেজাৰ ইয়াৰ সৈতে যৰিতো থকাৰ কথাও উল্লেখ কৰে চেয়াৰ মেন জনে ।।