বিগত ১০ জন ধৰি লক ডাওনৰ বাবে দুখীয়া ৰাইজক সহায় কৰিছে জল সম্পদ মন্ৰী কেশব মহন্তয়

 বিগত ১০ জন ধৰি লক ডাওনৰ বাবে দুখীয়া ৰাইজক সহায় কৰিছে জল সম্পদ মন্ত্ৰী কেশব মহন্তয়
News Nation Digital 24X7
 লক ডাওনৰ বাবে দুখীয়া ৰাইজক সহায় কৰিছে জল সম্পদ মন্ৰী কেশব মহন্তয় আজি ১০ দিন ধৰি সাহায্য বিতৰন কৰি আছে আজি কলিয়াবৰ ৰ ১২২ খন গাওত যি সাহায্য প্ৰদান কৰা ৰ কথা কৈছিল আৰু সেই অনুপাতে আজি কলিয়াবৰত ১০০ খন গাওঁ ত খাদ্য সামগ্ৰী বিতৰন কৰে আৰু বাকী থকা গাও কেইখন ৩ দিনৰ ভিতৰত  সম্পন্ন কৰাৰ কথা উল্লেখ কৰে আৰু লকডাওনৰ কাৰনে যাতে কোনো মানুহ বিনা কাৰনত ঘৰ বাহিৰলৈ নাযাই তাৰ প্ৰতি সতৰ্ক থাকিবলৈ আহ্বান জনায়।

Post a Comment

Previous Post Next Post