অভয়াপুৰীত মানসিক বিকাৰগ্ৰস্ত মহিলা ক ধৰ্ষন কৰাৰ অভিযোগ ৫৫ বছৰীয়া বৃদ্ধৰ
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খগৰপুৰ পাহাৰ অঞ্চলত আজি সন্ধিয়া চামচুল হক নামৰ ৫৫ বছৰীয়া বৃদ্ধক মানসিক
বিকাৰগ্ৰস্ত মহিলাৰ লগত অ-সংযত অৱস্থাত আতক কৰে স্থানীয় ৰাইজে ৷ পিছত আৰক্ষীক খবৰ দিয়াত, আৰক্ষী গৈ মহীলা গৰাকী আৰু চামচুল হক ক থানালৈ লৈ আহি স্বাস্থ্য পৰীক্ষাৰ বাবে সামুহিক স্বাস্থ্যকেন্দ্ৰ লৈ প্ৰেৰন কৰে ৷

Tags
অসমীয়া বাতৰি