ভোঁট জলকীয়াৰ খেতিৰে স্বাবলম্বী হৈছে টীয়কৰ এটা পৰিয়াল
News Nation Digital 24X7
TEOK: ভোঁট জলকীয়াৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে টীয়কৰ কাৱৈমাৰীৰ এটা পৰিয়ালে।লক ডাউনৰ ফলত সৰ্বত্তে হাহাকাৰ উদ্ভৱৰ বিপৰীতে টীয়কৰ অনুজ বৰুৱা আৰু তেওঁৰ মাতৃ পত্নীয়ে নিজৰ বাৰীতে ভোঁট জলকীয়াৰ খেতি কৰি আৰ্থিকভাৱে লাভাম্বিত হৈছে যাৰ বাবে এই লক ডাউনৰ সময়তো কাৰো ওচৰত হাত পাতিব লগা হোৱা নাই আৰু পৰিয়াৰ ভৰণ পোষণত অসুবিধাৰ সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰিছে অনুজৰ পত্নীয়ে।লগতে সকলোকে বহি: ৰাজ্যলৈ নগৈ কৃষিকৰ্মৰ জড়িয়তে স্বাৱলম্বিতাৰ পথ সুগম কৰি নিজৰ পৰিয়ালৰ কাষতে থাকিবলৈ আহ্বান জনাইছে।

Tags
অসমীয়া বাতৰি